হজ্জ আদায় কৰাৰ পদ্ধতি – ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট
بسم الله الرحمن الرحيم 31822: হজ্জ আদায় কৰাৰ পদ্ধতি প্ৰশ্ন:মই হজ্জ আদায় কৰাৰ পদ্ধতি বিস্তাৰিত জানিব বিচাৰো। উত্তৰ: আলহামদুলিল্লাহ। হজ্জ এটা উত্তম আৰু মৰ্যদাপূৰ্ণ ইবাদত। এইটো ইছলামৰ পঞ্চ স্তম্ভৰ অন্যতম,যি ইছলাম প্ৰদান কৰি আল্লাহ তাআলাই নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰিছিল। যি স্তম্ভসমূহ অবিহনে কোনো ব্যক্তিৰ দ্বীনদাৰি পূৰ্ণতা পাবContinue Reading