ভালপোৱা দিৱস সম্পৰ্কে ছৌদি আৰবৰ সৰ্বোচ্চ ওলামা পৰিষদৰ ফতোৱা (ফতোৱা নং ২১২০৩ তাৰিখঃ ২৩-১১- ১৪২০ হি.) ফতোৱাটো সৰ্বোচ্চ ওলামা পৰিষদে বিশ্লেষণৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে, কোৰআন ছুন্নাহৰ স্পষ্ট প্ৰমাণাদিৰ দ্বাৰা এই কথা অকাট্যভাৱে প্ৰমাণিত যে, ইছলামত ঈদ বা উৎসৱৰ দিন কেৱল দুটা। ছালাফে ছলেহীনসকলেও এই বিষয়ত একমত। ইছলামেContinue Reading

ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে শ্বিৰ্কৰ পিনে লৈ যোৱা সকলো পথ বন্ধ কৰি দিছে আৰু এই সকলো পথৰ পৰা উম্মতক কঠোৰভাৱে সতৰ্ক কৰিছে। এইবোৰৰ মাজত প্ৰথমেই হৈছে কবৰৰ বিষয়টো। সেয়ে তেওঁ কবৰ জিয়াৰতৰ এনে কিছুমান নীতিমালা প্ৰণয়ন কৰিছে, যাতে মানুহে কবৰ-পূজা আৰু কবৰবাসীসকলৰ বিষয়ে যিকোনো প্ৰকাৰ সীমালংঘনৰ পৰা বাচি থাকিব পাৰে।Continue Reading

প্ৰথম: বিদ‘আতৰ সংজ্ঞা আভিধানিকভাৱে বিদ‘আত শব্দটো البدع শব্দৰ পৰা গৃহীত- যাৰ অৰ্থ হৈছে পূৰ্বৱৰ্তী কোনো উদাহৰণবিহীন কোনো বস্তু সৃষ্টি বা আৱিষ্কাৰ কৰা। যেনে আল্লাহ তা‘আলাই কৈছে, ﴿بَدِيعُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ ﴾ [البقرة: ١١٧] “তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ উদ্ভাৱক।” [ছুৰা আল-বাকাৰা, আয়াত: ১১৭] অৰ্থাৎ পূৰ্বৱৰ্তী কোনো নমুনাবিহীন এই দুটাৰ তেওঁ উদ্ভাৱক বাContinue Reading

ইছলামক লৈ কৰা বিদ্ৰূপৰ ভয়ঙ্কৰ প্ৰৱণতা: بسم الله الرحمن الرحيم যিবিলাক কৰ্ম সম্পাদনৰ দ্বাৰা মানুহ ইছলামৰ সীমাৰ পৰা বাহিৰ হৈ যায় আৰু জাহান্নাম তেওঁৰ কাৰণে স্থায়ী ঠিকনা হয়, তাৰে এটা হ’ল আল্লাহ, আল্লাহৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম), আল্লাহৰ কিতাব (কোৰআনুল কাৰীম) অথবা মুমিনসকলৰ বিদ্ৰূপ কৰা। এই বিষয়ে বহলাই আলোচনা কৰিবলৈContinue Reading