ভালপোৱা দিৱস সম্পৰ্কে ছৌদি আৰবৰ সৰ্বোচ্চ ওলামা পৰিষদৰ ফতোৱা (ফতোৱা নং ২১২০৩ তাৰিখঃ ২৩-১১- ১৪২০ হি.) ফতোৱাটো সৰ্বোচ্চ ওলামা পৰিষদে বিশ্লেষণৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে, কোৰআন ছুন্নাহৰ স্পষ্ট প্ৰমাণাদিৰ দ্বাৰা এই কথা অকাট্যভাৱে প্ৰমাণিত যে, ইছলামত ঈদ বা উৎসৱৰ দিন কেৱল দুটা। ছালাফে ছলেহীনসকলেও এই বিষয়ত একমত। ইছলামেContinue Reading

বিশ্ব ভালপোৱা দিৱস (ভ্যালেন্টাইন ডে): পিছফালে উভতি চাওঁ আহক! ভালপোৱাটো কেৱল পৱিত্ৰই নহয় পূণ্যময় বুলিও কোৱা হয়। নিৰ্দোষ আৰু প্ৰকৃত ভালপোৱাই আমাৰ ইহকালীন শান্তি আৰু পৰকালীন মুক্তিৰ পথ মসৃণ কৰে। সৃষ্টিজীৱৰ প্ৰতি বিশেষ আৰু পিতা-মাতা, আল্লাহ আৰু ৰাছুলৰ প্ৰতি সবিশেষ ভালপোৱাৰ অবিহনে ঈমানে পূৰ্ণতা লাভ নকৰে। আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰContinue Reading

উৎসৱ পালন জাতি-ধৰ্ম নিৰ্বিশেষে এটা সামগ্ৰিক ফিনমিনন। সুনিৰ্দিষ্ট কোনো দিৱসক স্মৰণীয় কৰি ৰখাৰ গভীৰ বাসনা থাকে, অথবা আনন্দ-উল্লাস প্ৰকাশ, কৃতজ্ঞতা ব্যক্ত কৰা ইত্যাদিৰ পৰা জন্ম লয় বছৰৰ শেষত উৎসৱ পালনৰ ঘটনা। আল্লাহ তা’আলাই মানুহৰ এই স্বভাৱজাত বাসনা সম্পৰ্কে সুপৰিচিত। সেইকাৰণে আল্লাহে তাক পালন কৰাৰ কিছুমান মাৰ্জিত আৰু সন্মানজনক পদ্ধতি বিধিবদ্ধContinue Reading