মুহৰ্ৰম মাহত অধিক নফল ৰোজা ৰখাৰ ফজীলত – ইছলাম প্ৰশ্ন আৰু উত্তৰ্
بسم الله الرحمن الرحيم প্ৰশ্ন: মুহৰ্ৰম মাহত অধিক ৰোজা ৰখা ছুন্নত নে? আন আন মাহৰ ওপৰত এই মাহৰ কোনো বিশেষত্ব আছে নেকি? উত্তৰ: সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে। আৰবী মাহসমূহৰ মাজত প্ৰথম মাহ হৈছে- মুহৰ্ৰম। এইটো চাৰিটা হাৰাম (সন্মানীয়) মাহৰ মাজৰ অন্যতম এটা মাহ। আল্লাহ তাআলাই কৈছে: إِنَّ عِدَّةَContinue Reading